Sale!

Sahityacharya Jatindranath Goswami Rachanavali (2nd Vol.) ( সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী ৰচনাৱলী , ২য় খণ্ড )

630.00

Editor : Sumanta Chaliha সম্পাঃ সুমন্ত চলিহা

Add to Wishlist
Add to Wishlist
SKU: PBAE234 Category:

Description

তীন্দ্ৰনাথ গোস্বামী ৰচনাৱলী
এগৰাকী নিৰলস সাহিত্যসেৱী, গৱেষক, সাহিত্যৰ ইতিহাসকাৰ যতীন্দ্ৰনাথ গোস্বামীয়ে অসমীয়া জীৱনী-সাহিত্য, শিশু-সাহিত্য, সমালোচনা-সাহিত্য তথা অসমীয়া সাহিত্যৰ ইতিহাস সংকলনৰ প্ৰক্ৰিয়াটোত স্মৰণীয় বৰঙনি আগবঢ়াই থৈ গৈছে৷ যতীন্দ্ৰনাথ গোস্বামীৰ সমস্ত সৃষ্টি একত্ৰ কৰি বিশিষ্ট অভিধান প্ৰণেতা, লেখক সুমন্ত চলিহাই যুগুত কৰি উলিওৱা ‘যতীন্দ্ৰনাথ গোস্বামী ৰচনাৱলী’ ইতিমধ্যে দুটা খণ্ডত প্ৰকাশ কৰা হৈছে৷ এই ৰচনাৱলীত যতীন্দ্ৰনাথ গোস্বামীয়ে প্ৰস্তুত কৰা বিশিষ্ট লোকৰ জীৱনী, শিশু-সাহিত্য, অসমীয়া সাহিত্যৰ ইতিহাস সম্বন্ধীয় ৰচনা, আত্মজীৱনীৰ লগতে তেখেতৰ বিষয়ে বহু বিশিষ্ট ব্যক্তিয়ে লিখা প্ৰৱন্ধৰ সংকলনো অন্তৰ্ভুক্ত কৰা হৈছে৷ ৰচনাৱলীখনৰ দুয়োটা খণ্ড ইতিমধ্যে অসম প্ৰকাশন পৰিষদে বজাৰত মুকলি কৰি দিছে৷

Reviews

There are no reviews yet.

Be the first to review “Sahityacharya Jatindranath Goswami Rachanavali (2nd Vol.) ( সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী ৰচনাৱলী , ২য় খণ্ড )”

Your email address will not be published. Required fields are marked *