Sale!

Hiren Bhattacharyya Rasanavali ( হীৰেন ভট্টাচাৰ্য ৰচনাৱলী )

585.00

Add to Wishlist
Add to Wishlist
SKU: PBAE664 Category:

Description

কবি হীৰেন ভট্টাচাৰ্যই প্ৰেম, বিৰহ,শোক, মানৱীয় অনুভূতি, দেশপ্ৰেম, আদিৰ অনুভৱ আৰু আৱেগক তেওঁৰ কবিতাত নজহা-নপমাকৈ ধৰি ৰাখিছে। কবিতাৰ দৰেই তেওঁৰ গদ্যশৈলীও অনুপম আৰু মনোগ্ৰাহী। তেওঁৰ সমস্ত কবিতা আৰু অন্যান্য ৰচনা “অসম প্ৰকাশন পৰিষদৰ”দ্বাৰা প্ৰকাশিত ” হীৰেন ভট্টাচাৰ্য ৰচনাৱলী” ত সন্নিৱিষ্ট হৈছে। কবিয়ে অংকন কৰা চিত্ৰশিল্প সমূহো এই গ্ৰন্থখনত একত্ৰে উপলব্ধ। কবি বিপুলজ্যোতি শইকীয়াই সম্পাদনা কৰা আটকধুনীয়া অংগ-সজ্জাৰ এই গ্ৰন্থখনৰ মূল্য মাত্ৰ ৫৫০ টকা।