Sale!

Chorai Chino Aahak ( চৰাই চিনো আহক )

180.00

Dimbeswar Chaliha

Add to Wishlist
Add to Wishlist
SKU: PBAE584 Categories: ,

Description

চৰাই চিনো আহক
প্ৰাণী জগতৰ বিচিত্ৰ কাহিনীক লৈ আমাৰ ভাষাত গ্ৰন্থ অতি সীমিত৷ এই বিচিত্ৰ সমাজখনক লৈ লেখক ডিম্বেশ্বৰ চলিহাৰ অধ্যয়ন অতি বিস্তাৰিত৷ লেখক চলিহাই ১৯৮৪ চনতে প্ৰণয়ন কৰা ‘চৰাই চিনো আহক’ নামৰ গ্ৰন্থখনে পঢ়ুৱৈ সমাজৰ বিপুল সমাদৰ লাভ কৰি আহিছে৷ চৰাইবিলাকৰ ধৰণ-কৰণ, খাদ্য, সিহঁতৰ ৰং, মাত-কথা, স্বভাৱ-চৰিত্ৰ, শাৰীৰিক গঠন আদি দিশসমূহ পৰ্যবেক্ষণেৰে এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে৷ গ্ৰন্থখনত লেখকে চিত্ৰৰ সহায়ত মুঠতে ৭৪ বিধ চৰাইৰ চিনাকি দিবলৈ চেষ্টা কৰিছে৷ অসম প্ৰকাশন পৰিষদে ইতিমধ্যে পঞ্চম সংস্কৰণটো প্ৰকাশ কৰি বজাৰত মুকলি কৰি দিছে৷ এই মূল্যৱান গ্ৰন্থখনৰ মূল্য মাত্ৰ ২০০ টকা৷

Reviews

There are no reviews yet.

Be the first to review “Chorai Chino Aahak ( চৰাই চিনো আহক )”

Your email address will not be published. Required fields are marked *