Sale!

Shankardevar Natak ( শংকৰদেৱৰ নাটক )

162.00

Editor : Mahim Borah সম্পাঃ মহিম বৰা

Add to Wishlist
Add to Wishlist
SKU: PBAE095 Categories: ,

Description

শঙ্কৰদেৱৰ নাট
মধ্যযুগীয় অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত এক অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে৷ অসমীয়াৰ আধ্যাত্মিক জীৱনৰ উৎকৰ্ষ সাধনত তেৰাৰ বিশিষ্ট অৱদান সৰ্বভাৰতীয় স্তৰতে অবিস্মৰণীয়ৰূপত স্বীকৃত হৈ আহিছে৷ গীত, কবিতাৰ দৰে সমসাময়িক সমাজ, ভক্তিধৰ্মৰ অভীপ্সিত উদ্দেশ্যৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী শঙ্কৰদেৱে ছখন নাট ৰচনা কৰিছিল৷এই ছখন নাটক একত্ৰ কৰি যশস্বী সাহিত্যিক মহিম বৰাই যুগুত কৰিছিল ‘শঙ্কৰদেৱৰ নাট’ শীৰ্ষক গ্ৰন্থখন৷ ১৯৮৯ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা এই সম্পাদিত গ্ৰন্থখনৰ চাৰিটা সংস্কৰণ ছপা হৈছে৷১৮০ টকা মূল্যৰ শেহতীয়া সংকলনটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে৷

Reviews

There are no reviews yet.

Be the first to review “Shankardevar Natak ( শংকৰদেৱৰ নাটক )”

Your email address will not be published. Required fields are marked *