Sale!
Shaktitatwa ( শক্তিতত্ব )
Original price was: ₹400.00.₹360.00Current price is: ₹360.00.
Dr. Thaneswar Sarma ড° থানেশ্বৰ শৰ্মা
Description
শক্তিতত্ত্ব
বেদ-ইতিহাস আৰু পুৰাণৰ আধাৰত ৰচিত এলানি তথ্যসমৃদ্ধ লেখাৰ সংকলন ‘শক্তিতত্ব’। ইয়াত সন্নিৱিষ্ট সকলো প্ৰৱন্ধৰে কেন্দ্ৰস্থ বিন্দু হৈছে শক্তিতত্ত্ব বা দেৱীতত্ত্ব। এই গ্ৰন্থৰ মূল হৈছে লৌকিক-পৌৰাণিক গ্ৰন্থসমূহ। পূৰ্বেও এই সন্দৰ্ভত গৱেষণামূলক গ্ৰন্থ ৰচনা কৰা ড° থানেশ্বৰ শৰ্মাৰ ‘ শক্তিতত্ত্ব’ত দেৱী আৰু অপদেৱী উভয়ৰে আলোচনা আছে । গ্ৰন্থখনত মুঠ ১১টা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে ।
প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থৰ মূল্য ৪০০ টকা মাত্ৰ।
Reviews
There are no reviews yet.