Sale!

Prachya-Shasanavali ( প্ৰাচ্য শাসনাৱলী )

720.00

Editor : Dr. Maheswar Neog সম্পাঃ ড° মহেশ্বৰ নেওগ

Add to Wishlist
Add to Wishlist
SKU: PBAE235 Category:

Description

প্ৰত্নতাত্ত্বিক সমলসমূহ এখন দেশৰ, এক সভ্যতাৰ ইতিহাস জনাৰ বাবে অপৰিহাৰ্য। প্ৰত্নতাত্ত্বিক সমলসমূহক ইতিহাস নিৰ্মাণৰ প্ৰাথমিক প্ৰামাণ্য তথ্য হিচাপেও গণ্য কৰা হয়। তেনে দিশৰ পৰা ড° মহেশ্বৰ নেওগৰ ʼপ্ৰাচ্য শাসনাৱলীʼ এখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। এই মূল্যৱান গ্ৰন্থখনৰ চতুৰ্থ সংস্কৰণটি পুনৰ প্ৰকাশ হৈ ইতিমধ্যে গ্ৰন্থ বজাৰত ঊপলব্ধ হৈছে।
আমাৰ পৰা ক্ৰয় কৰিবলৈ তলৰ লিংকটো ক্লিক কৰিব পাৰে।

Reviews

There are no reviews yet.

Be the first to review “Prachya-Shasanavali ( প্ৰাচ্য শাসনাৱলী )”

Your email address will not be published. Required fields are marked *