Sale!

Meghraj Karmakar Rachanavali ( মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী )

360.00

Editor : Sushil Kurmi সম্পাদনাঃ সুশীল কুৰ্মী

Add to Wishlist
Add to Wishlist
SKU: PBAE207 Category:

Description

মেঘৰাজ কর্মকাৰ ৰচনাৱলী
চাহ জনজাতি সমাজখনৰ সর্বাংগীণ বিকাশৰ ব্ৰতত ব্ৰতী সমাজসেৱক মেঘৰাজ কর্মকাৰৰ কর্মময় জীৱনটো আছিল বিচিত্ৰতাৰে ভৰা৷ এগৰাকী নীৰৱ সাধক, কবি, সাহিত্যিক, গীতিকাৰ, চিত্ৰকৰ তথা চাহ জনজাতি সমাজখনৰ প্ৰথমগৰাকী সাহ‍িত্যিক পেঞ্চনাৰ মেঘৰাজ কর্মকাৰক অসমীয়া জাতি, ভাষা-সংস্কৃতিৰ প্ৰতি ঐকান্তিক ভালপোৱাই স্মৰণীয় কৰি ৰাখিছে৷ ‘শালুক বচন”, কর্মকাৰৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ৷ চাহ জনজাতি সমাজখনত প্ৰচলিত মাত-কথা, লোক-সাহিত্য সংগ্ৰহ কৰি এই সম্প্ৰদায়টোৰ এক বিশিষ্ট পৰিচয় ডাঙি ধৰোঁতা কর্মকাৰৰ সমস্ত ৰচনা একত্ৰিত কৰি ‘মেঘৰাজ কর্মকাৰ ৰচনাৱলী”খন সম্পাদনা কৰিছে বিশিষ্ট লেখক সুশীল কুর্মীয়ে৷

Reviews

There are no reviews yet.

Be the first to review “Meghraj Karmakar Rachanavali ( মেঘৰাজ কৰ্মকাৰ ৰচনাৱলী )”

Your email address will not be published. Required fields are marked *