Sale!
Description
‘অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, সংমণ্ডল-২’ৰ দ্বাৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুমোদিত ‘অসমীয়া’ বিষয়ৰ নাটক ‘লভিতা’ আজিৰে পৰা পাব পৰাৰ ব্যৱস্থা কৰা হৈছে।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচনা কৰা এই নাটকখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে। মূল নাটকখনৰ সৈতে শিক্ষা পৰিষদে অনুমোদন কৰা প্ৰশ্নাৱলীও এই 50 টকা মূল্যৰ কিতাপখনত সংলগ্ন আছে। ছাত্ৰ-ছাত্ৰী তথা গ্ৰন্থ বিক্ৰেতা সকলে অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ উপৰিও পৰিষদৰ ফ্ৰেন্সাইজি ষ্টল সমূহৰ পৰা ( পাণবজাৰৰ ‘ বনলতা’, নলবাৰীৰ’ডেউকা প্ৰকাশন’ আদি) ‘লভিতা’ সংগ্ৰহ কৰিব পাৰিব।






Reviews
There are no reviews yet.