Sale!

Karbi Sahitya-Pratibhar Chaneki ( কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি )

495.00

Compile : Editor : Homen Bargohain Editor : Asstt. : Arun Teron, Pabitra Bora

Add to Wishlist
Add to Wishlist
SKU: PBAE427 Categories: ,

Description

কাৰবি সাহিত্য-প্ৰতিভাৰ চানেকি
কাৰবি আংলঙৰ সাহিত্যসেৱীৰ লিখনীৰে এটা সম্পাদিত সংকলন প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদলৈ প্ৰস্তাৱ আগ বঢ়াইছিল প্ৰথিতযশা সাহিত্যিক প্ৰয়াত হোমেন বৰগোহাঞিদেৱে ৷ সেই প্ৰস্তাৱমৰ্মেই সুপ্ৰাচীন প্ৰজ্ঞা আৰু বৰ্ণাঢ্য লোক-সংস্কৃতিৰ অধিকাৰী এই জনগোষ্ঠীটোৰ প্ৰায় দুকুৰিগৰাকী লেখকৰ লিখনীৰে প্ৰস্তুত কৰা হ’ল ’কাৰবি সাহিত্য প্ৰতিভাৰ চানেকি’ নামৰ গ্ৰন্থখন ৷ গ্ৰন্থখনৰ সংকলন আৰু সম্পাদনাৰ দায়িত্বত থাকিল স্বয়ং হোমেন বৰগোহাঞি নিজে আৰু সম্পাদনা সহযোগী হিচাপে থাকিল পৱিত্ৰ বৰা আৰু অৰুণ টেৰণ ৷ এই গ্ৰন্থখনত কাৰবি লেখকসকলৰ প্ৰবন্ধ , কবিতাৰ লগতে চুটিগল্প সন্নিৱিষ্ট কৰা হৈছে ৷ জনগোষ্ঠীয় সাহিত্য তথা সাহিত্যিকসকলক লৈ অসম প্ৰকাশন পৰিষদে প্ৰস্তুত কৰা প্ৰকল্পৰ এই মূল্যৱান গ্ৰন্থখনৰ মূল্য মাত্ৰ ৫৫০/ টকা ৷

Reviews

There are no reviews yet.

Be the first to review “Karbi Sahitya-Pratibhar Chaneki ( কাৰ্বি সাহিত্য প্ৰতিভাৰ চানেকি )”

Your email address will not be published. Required fields are marked *