ইজৰাইল (Israel)
Original price was: ₹100.00.₹90.00Current price is: ₹90.00.
অসমীয়া আধুনিক কবিতাৰ এগৰাকী অন্যতম পথিকৃৎ হেম বৰুৱাই অসমীয়া ভ্ৰমণ সাহিত্যলৈও অসাধাৰণ বৰঙনি আগবঢ়াই থৈ গৈছে। কবি বৰুৱাৰ মেকং নৈ দেখিলোঁ, ৰঙা কৰবীৰ ফুল ,সাগৰ দেখিছা আদি ভ্ৰমণ কাহিনী অতি জনপ্ৰিয় আৰু সাহিত্যিক মৰ্যাদাৰ ফালৰ পৰাও অতুলনীয়। হেম বৰুৱাৰ ইজৰাইল গ্ৰন্থখনো এক অনুপম ভ্ৰমণ কাহিনী। লেখকে ইজৰাইল গ্ৰন্থখনত ইজৰাইল দেশ তথা ইহুদী সকলৰ কৰুণ ইতিহাসৰ বৰ্ণনা লগতে এটা নিৰ্যাতিত জাতিয়ে নতুন সপোনেৰে কেনেকৈ উদ্ভাসিত হৈ আত্মপ্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে তাৰ অন্তস্পৰ্শী বৰ্ণনা দাঙি ধৰিছে।অসম প্ৰকাশন পৰিষদে সদ্যহতে প্ৰকাশ কৰি উলিওৱা এই মূল্যৱান গ্ৰন্থখনৰ মূল্য মাত্ৰ ১০০টকা।
Description

Reviews
There are no reviews yet.