Bibar Badungduppa Birta ( বিবাৰ বাদুংদুপ্পা বিৰতা )

Chief Editor : Dr. Upen Rabha Hakacham, Asst. Editor : Biswanath Rabha Tara মুখ্য সম্পাঃ ড° উপেন ৰাভা হাকাচাম, সহঃসম্পাঃ বিশ্বনাথ ৰাভা তাৰা

SKU: PBAE232 Category:
Add to Wishlist
Add to Wishlist

Description

বিবাৰ বাদুংডু’প্পা বিৰতা
১৮৪৬ চনত অসমীয়া বাৰ্তালোচনী ‘অৰুনোদই’ প্ৰকাশ পোৱাৰ নিচিনাকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য জনজাতীয় ভাষাতো আলোচনী প্ৰকাশ হৈছিল ৷ ৰাভা জনগোষ্ঠীৰ একাংশ সাহিত্যসেৱীৰ উদ্যোগত তাহানিতে ৰাভা ভাষাৰ শব্দৰে নামাকৰণ কৰা ‘বাদুংডু’প্পা’, ‘জাতিনি খুৰাং’ নামৰ দুখন গুৰুত্বপূৰ্ণ আলোচনী প্ৰকাশ পাইছিল ৷এই উদ্যোগী সাহিত্যসেৱী সকলে “উদয়ন” নামৰ আলোচনী এখনো প্ৰকাশ কৰিছিল। ড° উপেন ৰাভা হাকাচামে (Upen Rabha Hakacham ) “বিবাৰ বাদুংডু’প্পা বিৰতা” নামৰ সংকলনটোৰ প্ৰথম খণ্ডটো এই আলোচনী কেইখন একত্ৰ কৰি যুগুত কৰিছে ৷ অসমীয়া ভাষাত প্ৰকাশিত এই আলোচনী কেইখনৰ ৰাভা জনগোষ্ঠীটোৰ সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ ওপৰত পৰা প্ৰভাৱৰ সৱিশেষ বিশ্লেষণ এই সংকলনটোত দাঙি ধৰা হৈছে ৷ ৩০০ টকা মূল্যৰ এই সংকলনটো ইতিমধ্যেই গ্ৰন্থৰ বজাৰত উপলব্ধ হৈছে ৷