Sale!

Hedambarajyer Dandabidhi Ebong Hedambarajyer Rhindanbidhi হেড়ম্বৰাজ্যৰ দণ্ডবিধি এবং হেড়ম্বৰাজ্যৰ ঋণাদানবিধি

315.00

হেড়ম্বৰাজ্যৰ দণ্ডবিধি এবং হেড়ম্বৰাজ্যৰ ঋণাদানবিধি

দক্ষিণ অসমৰ ডিমাছা ৰজাসকলৰ শাসনাধীন ৰাজ্যৰ নাম আছিল হেড়ম্ব ৰাজ্য। হেড়ম্ব ৰাজ্যৰ শেষৰজন ৰজা গোবিন্দ চন্দ্ৰ নাৰায়ণে জাৰি কৰা আইনৰ সংকলন দুখন আছিল হেড়ম্ব ৰাজ্যৰ দণ্ডবিধি আৰু হেড়ম্ব ৰাজ্যৰ ঋণাদানবিধি।
এই গ্ৰন্থ দুখনৰ সম্পাদিত একত্ৰ সংকলনেই হৈছে ‘ হেড়ম্বৰাজ্যৰ দণ্ডবিধি এবং হেড়ম্বৰাজ্যৰ ঋণাদানবিধি ‘। পদ্মনাথ ভট্টাচাৰ্য্য বিদ্যাবিনোদ এম. এ সম্পাদিত এই গ্ৰন্থখন পুনঃসম্পাদনা কৰিছে ড° অমলেন্দু ভট্টাচাৰ্য্যই। কাছাৰৰ সমাজ-সংস্কৃতি আৰু ৰাজনৈতিৰ ইতিহাসৰ অনেক তথ্য এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে ।
গ্ৰন্থখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে। মূল্য ৩৫০ টকা মাত্ৰ।

A book on socio culture History Of Cachar : Penal code and Fiscal Policy of Hedamba Dynasty, edited by Padmanath Bhattacharyya Bidya Binod and re edited by Dr Amalendu Bhattacharyya. 

Add to Wishlist
Add to Wishlist
Category:

Description

Reviews

There are no reviews yet.

Be the first to review “Hedambarajyer Dandabidhi Ebong Hedambarajyer Rhindanbidhi হেড়ম্বৰাজ্যৰ দণ্ডবিধি এবং হেড়ম্বৰাজ্যৰ ঋণাদানবিধি”

Your email address will not be published. Required fields are marked *