Sale!

Bharotor Itihas ( ভাৰতৰ ইতিহাস )

Original price was: ₹350.00.Current price is: ₹315.00.

B D Kaushambi বি.ডি. কৌশম্বী

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE239 Category:

Description

ভাৰতৰ ইতিহাস
ভাৰতবৰ্ষৰ কোনোকালে ইতিহাস নাছিল, আছিল মাথো কিছুমান উপাখ্যান বুলি বিদেশী ঐতিহাসিকসকলে কৰা উপলুঙাৰ প্ৰত্যুত্তৰ দিছিল প্ৰসিদ্ধ ইতিহাসবিদ ড° ডি ডি কৌশাম্বীয়ে। বিদেশী ইতিহাসবিদৰ এনে তৰল উক্তিৰ প্ৰত্যাহ্বান জনাই ড° কৌশাম্বীয়ে উপাখ্যানবিহীন ভাৰতৰ বুৰঞ্জী পুনৰ ৰচনা কৰাৰ প্ৰতিশ্ৰুতিৰে প্ৰণয়ন কৰিছিল An Introduction to the Study of Indian History ইতিহাস গ্ৰন্থ। এই নতুন বুৰঞ্জীৰ জৰিয়তে ড° কৌশাম্বী ভাৰতৰ বুৰঞ্জী -অধ্যয়নক বিজ্ঞানসন্মত কৰাত সফল হোৱাৰ লগতে গ্ৰন্থখনত এক সম্পূৰ্ণ আধুনিক দৃষ্টিভংগী গ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰসিদ্ধ সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এই গ্ৰন্থখন’ ভাৰতৰ ইতিহাস’ নামেৰে ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল।১৯৭৩ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখনৰ সাতটা সংস্কৰণ প্ৰকাশ পাইছে। ৩৫০ টকা মূল্যৰ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।