Sale!

Banhi ( বাঁহী )

855.00

Editor : Lakshminath Tamuli সম্পাঃ লক্ষীনাথ তামুলী

Add to Wishlist
Add to Wishlist
SKU: PBAE223 Category:

Description

৷ ৷ বাঁহী ৷৷
’জোনাকী’ আলোচনীত আৰম্ভ হোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যৰ ধাৰাটো ’ঊষা’ত বিকশিত হৈ ’বাঁহী’ত পূৰ্ণতা পাইছিল ৷ কৃপাবৰী সাহিত্যৰ ক্ষেত্ৰতো সেই ’জোনাকী’ত অসম্পূৰ্ণ হৈ ৰোৱা খিনি ’ঊষা’ৰ মাজেদি গৈ ’বাঁহী’ত সম্পূৰ্ণ হৈছিল ৷ ’জোনাকী’ আৰু ’ঊষা’ৰ জাতীয় চৈতন্যক জাগ্ৰত কৰি ৰখাৰ আদৰ্শ অব্যাহত ৰখাৰ স্বাৰ্থতে বেজবৰুৱাই ’বাঁহী’ৰ সম্পাদকৰ দায়িত্ব লৈছিল ৷ এক সন্দিক্ষণত জন্ম হোৱা ’বাঁহী’ আলোচনীৰ তৃতীয় বছৰৰ পৰা ষষ্ঠ বছৰলৈ ( খ্ৰীষ্টাব্দ ১৯১১ ৰ নৱেম্বৰৰ পৰা ১৯১৫ ৰ অক্টোবৰলৈকে ) একত্ৰ সংকলন ২০০৫ চনতে অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিয়ায় ৷ লক্ষ্মীনাথ তামুলীয়ে সংকলন তথা সম্পাদনা কৰা এই আপুৰুগীয়া সংকলনটোৰ শেহতীয়া সংস্কৰণটি সদ্যহতে প্ৰকাশ পাইছে ৷ ৯৫০/ টকা মূল্যৰ এই গ্ৰন্থখন পৰিষদে ইতিমধ্যে বজাৰলৈ মুকলি কৰি দিছে ৷

Reviews

There are no reviews yet.

Be the first to review “Banhi ( বাঁহী )”

Your email address will not be published. Required fields are marked *