Sale!

Asomiya Sahityat Nadi ( অসমীয়াসাহিত্যত নদী )

108.00

Bimal Mazumdar

Add to Wishlist
Add to Wishlist
SKU: PBAE460 Categories: ,

Description

অসমীয়া সাহিত্যত নদী
নদীক কেন্দ্ৰ কৰি প্ৰাচীন কালৰে পৰা সভ্যতা-সংস্কৃতি গঢ়ি উঠাৰ দৰে সাহিত্যৰ সমৃদ্ধিৰ ক্ষেত্ৰতো নদীৰ বৰঙনি প্ৰচুৰ। ক’ৰবাত নদীৰ অৱস্থান যদি সাহিত্যৰ পটভূমিৰ সৈতে সংলগ্ন হৈ আছে, ক’ৰবাত নদী আৰু সমাজ-জীৱনৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ প্ৰসংগ আছে। নদী আৰু সাহিত্যৰ এই যোগসূত্ৰৰ আধাৰত কোনো ধৰণৰ গৱষণা পূৰ্বে হোৱা নাছিল। ” অসমীয়া সাহিত্যত নদী ” শীৰ্ষক ড° বিমল মজুমদাৰৰ গৱেষণামূলক গ্ৰন্থখনত নদী আৰু অসমীয়া সাহিত্যৰ সম্পৰ্কৰ কথা বিস্তৃতভাৱে আলোচনা কৰা হৈছে। লোক-সাহিত্যৰ পৰা আৰম্ভ কৰি আধুনিক অসমীয়া সাহিত্যলৈকে এই আলোচনাৰ আওতালৈ আহিছে। অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা এই গ্ৰন্থখনৰ মূল্য ৮০ টকা মাত্ৰ।

Reviews

There are no reviews yet.

Be the first to review “Asomiya Sahityat Nadi ( অসমীয়াসাহিত্যত নদী )”

Your email address will not be published. Required fields are marked *