Sale!

Ajan Deshat Alice ( অজান দেশত এলিচ )

45.00

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE039 Category:

Description

অজান দেশত এলিচ
Lewis Carollৰ ‘Alice’s Adventures in Wonderland ‘ নামৰ ধ্ৰুপদী গ্ৰন্থখন সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়।এক অনুপম কল্পজগতৰ সৃষ্টি কৰি ৰচনা কৰা এই বিখ্যাত গ্ৰন্থখন কেৱল শিশুৰ বাবেই যে উপযোগী এনে নহয়, জ্যেষ্ঠসকলৰ বাবেও অত্যন্ত আনন্দদায়ক। পৃথিৱীৰ প্ৰায়ভাগ ভাষালৈ অনুবাদ হোৱা এই গ্ৰন্থখনত দেশ-কাল সম্পৰ্কে অনেক তথ্য পোহৰলৈ আহিছে। এই অতুলনীয় গ্ৰন্থখন ‘ অজান দেশত এলিচ’ নামেৰে মনোগ্ৰাহীকৈ অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰবীণা শইকীয়াই । ১৯৬৩ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে। গ্ৰন্থখনৰ মূল্যমাত্ৰ ৫০ টকা।