Sale!

VEER SAVARKAR ( বীৰ সাৱৰকাৰ )

Original price was: ₹500.00.Current price is: ₹450.00.

বীৰ সাৱৰকাৰ

বিপ্লৱী বীৰ সাৱৰকাৰক ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু স্বাধীন ভাৰতৰ এগৰাকী স্বপ্নদ্ৰষ্টা হিচাপে অংকিত কৰি উদয় মাহুৰকৰ আৰু চিৰায়ু পণ্ডিতে ৰচনা কৰিছে “VEER SAVARKAR : THE MAN WHO COULD HAVE PREVENTED PARTITION”

বীৰ সাৱৰকাৰৰ অনন্য কৃতি আৰু আদৰ্শক লৈ ইংৰাজীত ৰচনা কৰা গ্ৰন্থখন অসমীয়ালৈ ‘বীৰ সাৱৰকাৰ : যিগৰাকী ব্যক্তিয়ে ৰোধ কৰিব পাৰিলেহেঁতেন দেশ বিভাজন’ নামেৰে অনুবাদ কৰিছে সাংবাদিক ৰঞ্জিত হাজৰিকাই । দেশৰ নামত আত্মোসৰ্গা কৰা নিস্বাৰ্থ ব্যক্তিগৰাকীক লৈ ৰচনা কৰা এই গ্ৰন্থখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে । অত্যন্ত নিৰ্মোহভাৱে বীৰ সাৱৰকাৰৰ ব্যক্তত্বক সমালোচনাত্মক দৃষ্টিভংগীৰে উপস্থাপন কৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ ৫০০.০০ টকা ।

-+
Add to Wishlist
Add to Wishlist

Description

বীৰ সাৱৰকাৰ(VEER SAVARKAR : THE MAN WHO COULD HAVE PREVENTED PARTITION)

বিপ্লৱী বীৰ সাৱৰকাৰক ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু স্বাধীন ভাৰতৰ এগৰাকী স্বপ্নদ্ৰষ্টা হিচাপে অংকিত কৰি উদয় মাহুৰকৰ আৰু চিৰায়ু পণ্ডিতে ৰচনা কৰিছে “VEER SAVARKAR : THE MAN WHO COULD HAVE PREVENTED PARTITION”

বীৰ সাৱৰকাৰৰ অনন্য কৃতি আৰু আদৰ্শক লৈ ইংৰাজীত ৰচনা কৰা গ্ৰন্থখন অসমীয়ালৈ ‘বীৰ সাৱৰকাৰ : যিগৰাকী ব্যক্তিয়ে ৰোধ কৰিব পাৰিলেহেঁতেন দেশ বিভাজন’ নামেৰে অনুবাদ কৰিছে সাংবাদিক ৰঞ্জিত হাজৰিকাই । দেশৰ নামত আত্মোসৰ্গা কৰা নিস্বাৰ্থ ব্যক্তিগৰাকীক লৈ ৰচনা কৰা এই গ্ৰন্থখন প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে । অত্যন্ত নিৰ্মোহভাৱে বীৰ সাৱৰকাৰৰ ব্যক্তত্বক সমালোচনাত্মক দৃষ্টিভংগীৰে উপস্থাপন কৰা গ্ৰন্থখনৰ মূল্য মাত্ৰ ৫০০.০০ টকা ।

Assam Prakashan Parishad
Average rating:  
 0 reviews