Sale!

Usha ( ঊষা )

Original price was: ₹700.00.Current price is: ₹630.00.

Editor : Lakshminath Tamuli সম্পাঃ লক্ষীনাথ তামুলী

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE222 Category:

Description

ঊষা
১৮৯৫ চনত ‘জোনাকী’ আৰু ১৮৯২ চনত ‘বিজুলী’ আলোচনী দুখন বন্ধ হোৱাৰ পাছত বাৰ বছৰ ধৰি অসমৰ আলোচনীৰ পথাৰখন উকা হৈ আছিল। এই দীঘলীয়া বিৰতিৰ পাছত আজীৱন সাহিত্যসেৱী ,সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ তত্বাৱধান আৰু সম্পাদনাত ১৮২৮ শকৰ বহাগ মাহত ‘ঊষা ‘ আলোচনীৰ প্ৰথম সংখ্যাটো প্ৰকাশ পায়।’ঊষা’ত লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী,বেণুধৰ ৰাজখোৱা ,ৰজনীকান্ত বৰদলৈ,আনন্দচন্দ্ৰ আগৰৱালাকে প্ৰমুখ্য কৰি সেই সময়ৰ সকলো যশস্বী লেখকেই মূল্যৱান লেখা আগবঢ়াইছিল। গোহাঞিবৰুৱাৰ সম্পাদনাত তেজপুৰৰ পৰা পাঁচ বছৰ আৰু পাছত মাধৱচন্দ্ৰ বেজবৰুৱাৰ সম্পাদনাত কলিকতাৰ পৰা এবছৰ ঊষা’ ছপা হৈছিল। বিশিষ্ট লেখক লক্ষ্মীনাথ তামুলীয়ে দুয়োটা পৰ্যায়ৰ সংখ্যাসমূহ সংকলন আৰু সম্পাদনা কৰি’ঊষা’ গ্ৰন্থখন যুগুত কৰিছে। ২০০৫ চনতে প্ৰথম ছপা হোৱা গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে। এই আপুৰুগীয়া গ্ৰন্থখনৰ মূল্য মাত্ৰ ৭০০ টকা।