Sale!

Umakanta Sarma Rachanavali ( উমাকান্ত শৰ্মা ৰচনাৱলী )

Original price was: ₹900.00.Current price is: ₹810.00.

Editor : Pranjal Sarma Basistha সম্পাঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE228 Category:

Description

উমাকান্ত শৰ্মা ৰচনাৱলী
প্ৰাণৱন্ত কল্পনা শক্তি , চিন্তাৰ মৌলিকতাৰ বাবেই ঔপন্যাসিক উমাকান্ত শৰ্মাই সদায় পঢ়ুৱৈ সমাজৰ সমাদৰ লাভ কৰি আহিছে। নাটক , চুটি গল্প ,কবিতা,সমালোচনা আৰু উপন্যাস ৰচনাৰে এই গৰাকী লেখকে অসমীয়া সাহিত্যত নিজকে সুপ্ৰতিষ্ঠিত কৰি গৈছে। বিশেষকৈ ‘এজাক মানুহ এখন অৰণ্য ‘ আৰু ‘ভাৰণ্ড পক্ষীৰ জাক’ নামৰ অতি তাৎপৰ্যপূৰ্ণ আৰু মানবিশিষ্ট উপন্যাসে ঔপন্যাসিক হিচাপে শৰ্মাক উচ্চ আসনত উপৱিষ্ট কৰাইছে। ইয়াৰ উপৰি পশুপতি ভৰদ্বাজ নামেৰে শৰ্মাই ‘ উৰন্ত মেঘৰ ছাঁ’ ,’ছিমছাঙৰ দুটি পাৰ ‘, ‘ৰঙা ৰঙা তেজ’ আদি জনপ্ৰিয় উপন্যাস উপহাৰ দি থৈ গৈছে। এই গৰাকী স্বনামধন্য লেখকৰ সমগ্ৰ সৃষ্টি একত্ৰ কৰি ৰচনাৱলীৰূপত প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদে প্ৰচেষ্টা হাতত লয়। ইতিমধ্যে পৰিষদে প্ৰতিভাৱান লেখক, সমালোচক ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠৰ সম্পাদনাত ‘উমাকান্ত শৰ্মা ৰচনাৱলী’ ৰ প্ৰথম খণ্ডটি প্ৰকাশ কৰি উলিয়াইছে।শৰ্মাৰ সাতখনখন উপন্যাস সন্নিৱিষ্ট কৰি প্ৰকাশ কৰা ৰচনাৱলীৰ প্ৰথম খণ্ডটিৰ মূল্য ৯০০টকা। গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।