Sale!

SriSrimaddevi Bhagavat ( শ্ৰী শ্ৰীমদদেৱী ভাগৱত )

Original price was: ₹75.00.Current price is: ₹67.50.

Dr. Kalinath Sarma

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE440 Categories: ,

Description

শ্ৰীমদ্ভগবদগীতা
বিশ্বৰ উৎকৃষ্টতম গ্ৰন্থৰ ভিতৰত ‘গীতা’ৰ স্থান অতীজৰে পৰা উচ্চ পৰ্যায়ত আছে। বিশ্বৰ সুসংস্কৃতিৱান সকলো দেশৰ ভাষালৈ গীতা অনূদিত হৈছে।কেইবাশতকৰ পূৰ্বে আমাৰ ভাষালৈ পদ্য আৰু গদ্যত ‘গীতা’ অনুবাদ কৰা হৈছিল। তথাপি আধুনিক অসমীয়াত ‘গীতা’ৰ অনুবাদ জৰুৰী আছিল। দাৰ্শনিক ৰাধানাথ ফুকনে কৰা ‘গীতা’ৰ অনুবাদ আজিও ব্যতিক্ৰম হৈ আছে বহু দিশত। ফুকনে আধুনিক বিশ্বৰ ধ্যান-ধাৰণা ,ভাব-প্ৰৱাহ লগতে ভাষালৈ অহা গাম্ভীৰ্যৰ প্ৰতি লক্ষ্য ৰাখি ‘শ্ৰীমদ্ভগবদগীতা’ ক বিজ্ঞানসন্মতভাৱে উপস্থাপনৰ চেষ্টা কৰিছিল। পাশ্চাত্য বিজ্ঞানৰ সৃষ্টিতত্বৰ সৈতে ৰজিতা খোৱাকৈ কৰা ‘গীতা’ ৰ এই অনুবাদে চিন্তাশীল আৰু বিজ্ঞানমনস্ক পঢ়ুৱৈৰ বৌদ্ধিক খোৰাক যোগাই আহিছে। ১৯৮৮ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা এই মূল্যৱান অনুবাদ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে। গ্ৰন্থখনৰ মূল্য মাত্ৰ ২৯০টকা।