Sale!

Shrikirshna ( শ্ৰীকৃষ্ণ )

Original price was: ₹300.00.Current price is: ₹270.00.

Padmanath Gohainbaruah

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE505 Categories: ,

Description

শ্ৰীকৃষ্ণ
ভাৰতীয় সংস্কৃতি, পৰম্পৰাৰ সৈতে শ্ৰীকৃষ্ণৰ সম্পৰ্ক অতি গভীৰ আৰু ব্যাপক। শ্ৰীকৃষ্ণৰ কাহিনীক লৈ প্ৰাচ্য আৰু পাশ্চাত্যৰ পণ্ডিতসকলৰ ধাৰণা ভিন্ন ধৰণৰ।ভাৰতীয় জাতীয় জীৱনৰ অদ্বিতীয় আদৰ্শ পুৰুষ তথা ভগৱানৰূপে পূজ্য শ্ৰীকৃষ্ণক বুৰঞ্জীৰ ভেটিত প্ৰতিষ্ঠা কৰিবলৈ তাহানিতেই সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই এক প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল। আধুনিক পণ্ডিতসকলৰ মন্তব্য, পৌৰাণিক আৰু আধুনিক গ্ৰন্থাদি অধ্যয়ন কৰি গোহাঞি বৰুৱাই ‘শ্ৰীকৃষ্ণ’ গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছিল। গোহাঞি বৰুৱাৰ লেখক জীৱনৰ শ্ৰেষ্ঠতম সৃষ্টি হিচাপে অভিহিত ‘শ্ৰীকৃষ্ণ’ গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে ১৯৯৭চনতে প্ৰথম প্ৰকাশ কৰিছিল। সম্প্ৰতি পৰিষদে এই আপুৰুগীয়া গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰি উলিয়াইছে।৩০০টকা মূল্যৰ গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।