Sale!
Rangmilir Hanhi ( ৰংমিলিৰ হাঁহি )
Original price was: ₹330.00.₹297.00Current price is: ₹297.00.
Rong Bong Terang
Description
ৰংমিলিৰ হাঁহি
প্ৰথিতযশা সাহিত্যিক ৰংবং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনে অসমীয়া ভাষা-সাহিত্যত এক উল্লেখযোগ্য স্থান দখল কৰিছে। ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন হৈছে প্ৰাক- স্বাধীনতা যুগৰ কাৰবি আংলং জিলাৰ পটভূমিত ৰচিত কাৰবি জীৱন-ধাৰাৰ এক মূল্যৱান দলিল। কাৰবি সমাজৰ আৰ্থ -সামাজিক গাঁথনি, ধৰ্মীয় বিশ্বাস, সাংস্কৃতিক জীৱন-ধাৰা, শৈক্ষিক -সামাজিক দিশ, গীত -মাত আদিয়ে উপন্যাসখনক অনন্য মাত্ৰা দিছে।একাধিক বঁটাৰে সন্মানিত হোৱা এই উপন্যাসখন অসম প্ৰকাশন পৰিষদে ১৯৮১ চনত প্ৰথম ছপা কৰিছিল। মাত্ৰ ১৮০ টকা মূল্যৰ গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে।
Assam Prakashan Parishad
Average rating: 0 reviews
Reviews
There are no reviews yet.