Sale!

Nalini Bala Devi Rasanavali ( নলিনীবালা দেৱী ৰচনাৱলী )

Original price was: ₹1,600.00.Current price is: ₹1,440.00.

আনুষ্ঠানিক শিক্ষা নথকা সত্ত্বেও বিদুষী মহিলাৰূপে সমাজত প্ৰতিষ্ঠা লাভ কৰা নলিনীবালা দেৱী আছিল অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ অন্যতম কবি৷ নলিনীবালা দেৱীৰ প্ৰকাশিত গ্ৰন্থৰাজিৰ লগতে বহু অপ্ৰকাশিত আপুৰুগীয়া সৃষ্টি সংগ্ৰহ কৰি এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে৷ সৰ্বভাৰতীয় চেতনাৰে উদ্বুদ্ধ কবি নলিনীবালা দেৱীৰ এই ৰচনাৱলী সংকলন আৰু সম্পাদনা কৰিছে ড॰ অঞ্জলি শৰ্মাই৷ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ দাম ১,৬০০ টকা মাত্ৰ৷

-+
Add to Wishlist
Add to Wishlist

Description