Sale!

Maharaja Prithu ( মহাৰাজা পৃথু )

Original price was: ₹500.00.Current price is: ₹450.00.

ভাৰতৰ গৌৰৱময় ইতিহাসৰ পাতত কমকৈ চৰ্চিত অথচ ইতিহাসৰ পথ সলনি কৰা মহাৰাজা পৃথু বিষয়ক গ্ৰন্থ প্ৰকাশৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদে গ্ৰহণ কৰা পৰিকল্পনা অনুসৰি ‘মহাৰাজা পৃথু’ ইতিমধ্যে প্ৰকাশ পাইছে৷ ইংৰাজী ভাষাত ৰচিত এই গ্ৰন্থখন আঠোটা অধ্যায়ত পৃথুৰ ৰাজ্য আৰু তাৰ পৰৱৰ্তী কালৰ কামৰূপ ৰাজ্যৰ বিশদ বৰ্ণনা সন্নিৱিষ্ট হৈছে৷ প্ৰাচীন কামৰূপৰ গৰিমা আৰু ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা এই গ্ৰন্থখনৰ দাম ৫০০ টকা৷ গ্ৰন্থখন প্ৰণয়ন কৰিছে ড॰ ৰক্তিম পাটৰে৷

-+
Add to Wishlist
Add to Wishlist

Description