Sale!

Lachit Barphukan ( লাচিত বৰফুকন )

Original price was: ₹250.00.Current price is: ₹225.00.

Prabin Phukan

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE521 Categories: ,

Description

লাচিত বৰফুকন
অসমৰ গৌৰৱোজ্বল ইতিহাসৰ এটা পূৰ্ণ অধ্যায় লিপিৱদ্ধ কৰাৰ উদ্দেশ্যে বুৰঞ্জীবিদ ড°সূৰ্য্য কুমাৰ ভূঞাই ৰচনা কৰিছিল ‘লাচিত বৰফুকন’ গ্ৰন্থখন।ইতিহাসৰ গৱেষণাৰ সৈতে জড়িত ব্যক্তিমাত্ৰেই লাচিত বৰফুকন চৰিত্ৰটো অনুসন্ধিৎসা আৰু আকৰ্ষণৰ বিষয়। লাচিত বৰফুকনে অসীম পৰাক্ৰম আৰু নৈপুণ্যৰে জাতীয় জীৱনক কেনেকৈ উদ্বুদ্ধ কৰিছিল তাৰ চিত্তাকৰ্ষক বৰ্ণনা এই গ্ৰন্থত আছে।লগতে লাচিত বৰফুকনৰ জীৱন পৰিক্ৰমাৰ পৰা মোগলৰ সৈতে বাৰম্বাৰ সংঘৰ্ষৰ ফলত দেশখনলৈ নামি অহা দুৰ্যোগ ,দুৰৱস্থাৰ বিষয়েও বুৰঞ্জীবিদ ড° ভূঞাই ইতিহাস গ্ৰন্থখনত সবিশেষ বৰ্ণনা কৰিছে।১৯৭৯ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা এই বুৰঞ্জীখনৰ আঠোটা সংস্কৰণ ছপা হৈ ওলাইছে।১৫০টকা মূল্যৰ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।