Sale!
Juga Sandhikshanat Guwahati ( যুগ সন্ধিক্ষণত গুৱাহাটী )
Original price was: ₹700.00.₹630.00Current price is: ₹630.00.
Dr. Bhupen Raichoudhury
Description
যুগ সন্ধিক্ষণৰ গুৱাহাটী
কলকাতা, দিল্লীৰ দৰে চহৰসমূহৰ অতীত ইতিহাসসম্বলিত বহু গ্ৰন্থ উপলব্ধ যদিও ঐতিহ্যধন্য গুৱাহাটীৰ বিষয়ে গ্ৰন্থ অতি কম। অধ্যাপক, গৱেষক ড° ভূপেন্দ্ৰ ৰায়চৌধুৰীয়ে অসম প্ৰকাশন পৰিষদৰ ফেল’শ্বিপ আঁচনিৰ অধীনত ‘যুগ সন্ধিক্ষণৰ গুৱাহাটী’ গ্ৰন্থখন প্ৰস্তুত কৰি উলিয়াইছিল।১৮৫২চনৰ পৰা ১৯৫০ চনলৈ এই সময়ছোৱাৰ বিষয়ে বিস্তৃত গৱেষণাৰে গুৱাহাটীৰ অসংখ্য তথ্য ,কাহিনী তথা বিৱৰণ উদ্ঘাটন কৰিবলৈ সমৰ্থ হৈছে ড° ৰায়চৌধুৰী। এই গ্ৰন্থখনত লেখকে গৱেষণালব্ধ তথ্য আৰু ধাৰণা নিজস্ব ধৰণেৰে প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছে।গুৱাহাটী সম্পৰ্কত প্ৰামাণ্য দলিলস্বৰূপ এই গ্ৰন্থখনৰ মূল্য ৭০০ টকা।
Reviews
There are no reviews yet.