Sale!

Iliad ( ইলিয়াড )

Original price was: ₹350.00.Current price is: ₹315.00.

Original : Homer Translate : Amulya Kumar Chakrabarty মূলঃ হোমাৰ অনুবাদঃ অমূল্য কুমাৰ চক্ৰৱৰ্তী

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE396 Category:

Description

ইলিয়াদ
গ্ৰীচ দেশৰ মহাকবি হোমাৰ মহাকাব্য ‘ইলিয়াদ’ আৰু ‘ওডিছী’ৰ বাবে জগত বিখ্যাত। হোমাৰে এই মহাকাব্য দুখনত তেওঁ অনুভৱ কৰা পৃথিৱীখনক সৰলভাৱে অংকন কৰাৰ পৰিৱৰ্তে তেওঁৰ পূৰ্বসূৰী কবিসকলৰ দৰে অতীতৰ ঘটনাক কলাত্মকৰূপত বৰ্ণনা কৰিছে।মহাকবি হোমাৰে প্ৰত্যক্ষ উক্তি, ভৱিষ্যৎ বাণী, অতীত-ৰোমন্থন আৰু অনুপম উপমা ব্যৱহাৰ কৰি ‘ইলিয়াদ’ৰ কাহিনীক অতি দক্ষতাৰে উপস্থাপন কৰিছে।এই মহাকাব্যখন ইংৰাজীৰ পৰা অসমীয়ালৈ অতি নিপুণতাৰে অনুবাদ কৰিছিল বিশিষ্ট অনুবাদক অমূল্য কুমাৰ চক্ৰৱৰ্তীয়ে।১৯৭৯ চনতে প্ৰথম ছপা হোৱা অনুবাদ গ্ৰন্থখনৰ শেহতীয়া সংস্কৰণটো ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।গ্ৰন্থখনৰ মূল্য মাত্ৰ ৩৫০ টকা।