Sale!

Gopinath Bordoloi ( গোপীনাথ বৰদলৈ )

Original price was: ₹500.00.Current price is: ₹450.00.

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE191 Category:

Description

গোপীনাথ বৰদলৈ
অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰে এগৰাকী বিশিষ্ট সন্তান, দেশৰ স্বাধীনতা আন্দোলনৰ আগশাৰীৰ নায়ক, অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৰাজনৈতিক বিচক্ষণতা আৰু দূৰদৰ্শিতা সৰ্বজনবিদিত। এইগৰাকী ব্যক্তিৰ ৰাজনৈতিক জীৱন আৰু ব্যক্তিত্বৰ বিভিন্ন দিশ আলোকপাত কৰি আজিৰ পৰা বিয়াল্লিশ বছৰ আগতে অসম প্ৰকাশন পৰিষদে ছপাই উলিয়াইছিল “গোপীনাথ বৰদলৈ” শীৰ্ষক গ্ৰন্থখন। এই গ্ৰন্থখনত গোপীনাথ বৰদলৈৰ ঘনিষ্ঠ বিভিন্ন নমস্য ব্যক্তিৰ প্ৰবন্ধ সন্নিবিষ্ট হোৱাৰ লগতে প্ৰখ্যাত সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাই যুগুত কৰা এখন চমু জীৱনীও সংযোজন কৰি দিয়া হৈছে। উল্লেখযোগ্য যে গ্ৰন্থখনত বৰদলৈয়ে বিভিন্ন সময়ত লিখা বিভিন্ন বিষয়ৰ লেখাবোৰো সামৰি লোৱা হৈছে। গ্ৰন্থখন ইতিমধ্যে পঢ়ুৱৈ সমাজৰ বাবে অসম প্ৰকাশন পৰিষদে মুকলি কৰি দিছে।