Sale!

Devine Comedy (Narak) ( ডিভাইন কমেডী (নৰক) )

Original price was: ₹180.00.Current price is: ₹162.00.

Original : Dante Translate : Tarinikanta Bhattacharya মূলঃ ডান্টে, অনুবাদঃ তাৰিণীকান্ত ভট্টাচাৰ্য

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE402 Category:

Description

ডিভাইন কমেডি( নৰক)
স্বৰ্গ-নৰকৰ সনাতন ধাৰণা আৰু আখ্যানৰ ভিত্তিত মহাকবি ডান্টেই নৰকৰ বৰ্ণনাৰে ৰচনা কৰিছিল ‘ডিভাইন কমেডি’ গ্ৰন্থখন। ‘ডিভাইন কমেডি’ ত সময়ে সলনি কৰা সমাজ আৰু ধৰ্মত সংস্কৃতি আৰু ৰাজনীতি বিচিত্ৰ ৰূপত প্ৰতিফলিত হৈছে।বিশিষ্ট লেখক,অধ্যাপক তাৰিণীকান্ত ভট্টাচাৰ্যই মূল গ্ৰন্থৰ সকলো বৈচিত্ৰ্য আৰু বৈশিষ্ট্য অটুত ৰাখি গ্ৰন্থখন ‘নৰক ‘ নাম দি অসমীয়ালৈ অনুবাদ কৰিছিল। ২০০৫ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা গ্ৰন্থখন সম্প্ৰতি বজাৰত উপলব্ধ হৈছে। গ্ৰন্থখনৰ মূল্য মাত্ৰ ১৮০টকা।