Sale!

Chah Janagoshthir Samaj-Sanskriti ( চাহ জনগোষ্ঠীৰ সমাজ সংস্কৃতি )

108.00

Dimbeswar Tasa

Add to Wishlist
Add to Wishlist
SKU: PBAE424 Categories: ,

Description

চাহ জনগোষ্ঠীৰ সমাজ-সংস্কৃতি
বিভিন্ন ব্যতিক্ৰমী ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, লোক- সাহিত্য,সংস্কৃতি আৰু বিচিত্ৰ সমাজ জীৱনে চাহ জনগোষ্ঠীটোৰ এটা একক পৰিচয় দাঙি ধৰি আহিছে৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ একান্ত সাধক, এগৰাকী শিক্ষাব্ৰতী লেখক ডিম্বেশ্বৰ তাছাই এই জনগোষ্ঠীটোৰ লোক-সংস্কৃতি , সামাজিক তথা সাংস্কৃতিক বৈচিত্ৰ্যক লৈ ৰচনা কৰা ‘চাহ জনগোষ্ঠীৰ সমাজ-সংস্কৃতি’ নামৰ গ্ৰন্থখন অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিয়াইছিল।এই গ্ৰন্থখন পঢুৱৈ সমাজৰ বাবে জনগোষ্ঠীটোৰ বিভিন্ন উৎসৱ-পৰৱ, লোক-সংস্কৃতি, লোক -বিশ্বাস, ৰীতি-নীতিৰ বিষয়ে এক সম্যক ধাৰণা কৰাত সহায়ক হৈ আহিছে।। ইতিমধ্যে বজাৰত উপলব্ধ গ্ৰন্থখনৰ মূল্য মাত্ৰ ১২০ টকা৷

Reviews

There are no reviews yet.

Be the first to review “Chah Janagoshthir Samaj-Sanskriti ( চাহ জনগোষ্ঠীৰ সমাজ সংস্কৃতি )”

Your email address will not be published. Required fields are marked *