Chah Bagichar Kriti Purushsakal ( চাহ বাগিচাৰ কৃতী পুৰুষসকল )
Original price was: ₹150.00.₹135.00Current price is: ₹135.00.
Sushil Kurmi সুশীল কুৰ্মী
Description
চাহ জনগোষ্ঠীৰ কৃতী পুৰুষসকল
অসমৰ
সমাজ-সাহিত্য-সংস্কৃতি- শিক্ষা তথা ৰাজনৈতিক ক্ষেত্ৰলৈ চাহ জনগোষ্ঠীৰ অনেক ব্যক্তিয়ে প্ৰভূত বৰঙনি আগবঢ়াই আহিছে।কিন্তু এই সমাজহিতৈষী ব্যক্তিসকলৰ বিষয়ে জনাৰ সুবিধা প্ৰায় নাই বুলিয়েই ক’ব পাৰি। বিশিষ্ট লেখক,সাহিত্যিক সুশীল কুৰ্মীয়ে অশেষ কষ্ট কৰি চাহ জনগোষ্ঠী তথা অসমৰ সমাজ জীৱনলৈ স্মৰণীয় অৱদান আগবঢ়াই যোৱা দুকুৰি তিনিগৰাকী ব্যক্তিৰ কৰ্মময় জীৱনৰ তথ্য সংগ্ৰহ কৰি যুগুত কৰিছে ‘চাহ জনগোষ্ঠীৰ কৃতী পুৰুষসকল’ নামৰ গ্ৰন্থখন। চাইমন সিং হৰ,সন্তোষ কুমাৰ তপ্ন, মেঘৰাজ কৰ্মকাৰৰ পৰা ইমিল চুৰিণকে প্ৰমুখ্য কৰি তিৰাল্লিশ গৰাকী বিশিষ্ট ব্যক্তিৰ জীৱনী এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে। ১৫০ টকা মূল্যৰ গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।
১০% ৰেহাই মূল্যত আমাৰ পৰা ক্ৰয় কৰিবলৈ তলৰ লিংকটো ক্লিক কৰিব পাৰে।
Reviews
There are no reviews yet.