Sale!
Biswa Sabhayatar Jilikoni ( বিশ্ব সভ্যতাৰ জিলিকনি )
Original price was: ₹130.00.₹117.00Current price is: ₹117.00.
Ramesh chandra Kalita ৰমেশ চন্দ্ৰ কলিতা
Description
বিশ্ব-সভ্যতাৰ জিলিঙনি
অসমীয়া ভাষাত পৃথিৱীৰ প্ৰচীন সভ্যতাৰ বিষয়ে প্ৰামাণ্য গ্ৰন্থৰ অতিকৈ অভাৱ।ইয়াৰ মাজতে বিশিষ্ট বুৰঞ্জীবিদ,লেখক ড°ৰমেশ চন্দ্ৰ কলিতাই প্ৰস্তুত কৰি উলিয়াইছে ‘বিশ্ব-সভ্যতাৰ জিলিঙনি’ নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন। ড° কলিতাই এই গ্ৰন্থখনত সিন্ধু উপত্যকাৰ সভ্যতা, নীল নদীৰ উপত্যকাৰ সভ্যতা, মেছোপটেমিয়াৰ সভ্যতা, এজিয়ান সভ্যতা, গ্ৰীক সভ্যতা, ৰোমান সভ্যতা, চৈনিক সভ্যতা আৰু লেটিন আমেৰিকাৰ সভ্যতাৰ ইতিহাস সন্নিৱিষ্ট কৰিছে। ১৩০ টকা মূল্যৰ মূল্যৱান গ্ৰন্থখন ইতিমধ্যে বজাৰত উপলব্ধ হৈছে।
Reviews
There are no reviews yet.