Sale!

Bikramaditya Katha ( বিক্ৰমাদিত্য কথা )

Original price was: ₹100.00.Current price is: ₹90.00.

Eliza Sarma

-+
Add to Wishlist
Add to Wishlist
SKU: PBAE512 Categories: ,

Description

বিক্ৰমাদিত্য-কথা
বিক্ৰম বা বিক্ৰমাদিত্য প্ৰকৃততে কোন আছিল , আচলতে বিক্ৰম নামৰ কোনোবা ৰজা আছিল নে নাছিল নাইবা যদি আছিল তেনেহ’লে তেওঁ কোন সময়ৰ আছিল , সেই বিষয়ে আজিও বিভিন্ন চৰ্চা অব্যাহত আছে। এই বিষয়ত পণ্ডিত সকল স্থিৰ সিদ্ধান্তলৈ আহিব পৰা নাই যদিও বিক্ৰম বা বিক্ৰমাদিত্য ৰজাৰ কাহিনী ভাৰতীয় মানসত পৰম্পৰাগতভাৱে চলি আহিছে। শিশু সাহিত্যিক এলিজা শৰ্মাই ‘বিক্ৰমাৰ্কচৰিত’ পুথিখন অসমীয়ালৈ অনুবাদ কৰি ‘বিক্ৰমাদিত্য-কথা’ গ্ৰন্থখন যুগুত কৰিছে । এই ক্ষেত্ৰত তেওঁ ফ্ৰেঙ্কলিন এডগাৰ্টনৰ দ্বাৰা সম্পাদিত তথা অনূদিত ‘ বিক্ৰমচ্‌ এড্‌ভেন্‌চাৰ্ছ অৰ দ্য থাৰ্টি টু টেলছ্‌ অব্‌ দ্য থ্ৰ’ন ‘ নামৰ গ্ৰন্থখনৰ সহায় লৈছে। ২০০৮ চনতে অসম প্ৰকাশন পৰিষদে প্ৰথম প্ৰকাশ কৰা এই অনূদিত গ্ৰন্থখন বজাৰত উপলব্ধ হৈছে। গ্ৰন্থখনৰ মূল্য মাত্ৰ ১০০টকা।