Sale!
Banikanta Rachanavali ( বাণীকান্ত ৰচনাৱলী )
Original price was: ₹450.00.₹405.00Current price is: ₹405.00.
Editor : Dr. Maheswar Neog সম্পাঃ ড° মহেশ্বৰ নেওগ
Description
বাণীকান্ত ৰচনাৱলী
ড° বাণীকান্ত কাকতিৰ লেখাসমূহৰ বিষয়-বস্তু বিচিত্ৰ আৰু বহুধা-বিভক্ত। শিশু-সাহিত্যৰ পৰা আৰম্ভ কৰি বুৰঞ্জী, পুৰাতত্ত্ব, লোক-সাহিত্য, নৃতত্ত্ব, সমালোচনা,ভাষাতত্ত্ব আদি বিষয়লৈকে তেওঁৰ জ্ঞান আছিল অপৰিসীম। আনহাতে সমালোচনাত্মক দৃষ্টিভংগী আৰু তুলনামূলক অধ্যয়ন তথা মৌলিক দৃষ্টিভংগীয়ে তেওঁৰ পাঠকক সদায়ে মন্ত্ৰমুগ্ধ কৰি ৰাখে। তেওঁৰ ভিন্ন বিষয়ক সমস্ত লেখাৰ সংকলন ‘বাণীকান্ত ৰচনাৱলী ‘১৯৯১ চনতে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছিল। ড° মহেশ্বৰ নেওগে সম্পাদনা কৰা এই ৰচনাৱলীৰ শেহতীয়া সংস্কৰণ অলপতে প্ৰকাশিত হৈছে। গ্ৰন্থখনৰ মূল্য মাত্ৰ ৪৫০ টকা।
Reviews
There are no reviews yet.