Sale!
Arunoday ( অৰুণোদয় )
Original price was: ₹1,600.00.₹1,440.00Current price is: ₹1,440.00.
by Maheswar Neog. মহেশ্বৰ নেওগ
Format : Hard cover
Description
অৰুনোদই
অসমৰ জাতীয় জীৱন তথা অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে ‘অৰুনোদই’ আছিল এক সোণালী যুগ ৷ ডক্টৰ নাথান ব্ৰাউনৰ সম্পাদনাত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথম বাৰ্তালোচনী ‘অৰুনোদই’ৰ ১৮৪৬ চনৰ পৰা ১৮৫৪ চনলৈ প্ৰকাশ পোৱা আটাইবোৰ সংখ্যাৰ (সংকলন আৰু সম্পাদনা : ডক্টৰ মহেশ্বৰ নেওগ) একত্ৰ সংকলন ১৯৮৩ চনতে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছিল৷ পূৰ্বতে এই আপুৰুগীয়া সংকলনৰ তিনিটা সংস্কৰণ প্ৰকাশ পাইছে৷
শেহতীয়াকৈ আধুনিক মুদ্ৰণ প্ৰযুক্তিৰে এই বৃহৎ কলেৱৰৰ সংকলনটি পৰিষদে সৰ্বাংগ সুন্দৰৰূপত পুনৰ প্ৰকাশ কৰি বজাৰলৈ উলিয়াই দিছে৷
Reviews
There are no reviews yet.