অসম প্ৰকাশন পৰিষদ বঁটা
চন বঁটা প্ৰাপ্যকৰ নাম গ্ৰন্থৰ নাম মন্তব্য
১৯৭৩ ভবেন্দ্ৰনাথ শইকীয়া সেন্দুৰ
১৯৭৪ নৱকান্ত বৰুৱা মোৰ আৰু পৃথিৱীৰ
১৯৭৬ হোমেন বৰগোহাঞি পিতা-পুত্র
১৯৭৭ নীলমণি ফুকন কাঁইট আৰু গোলাপ
১৯৭৮ ভবেন বৰুৱা সোণালী জাহাজ
১৯৭৯ দেৱেন্দ্ৰনাথ আচাৰ্য্য কালপুৰুষ
১৯৭৯ মেদিনী মোহন চৌধুৰী তাত নদী নাছিল
১৯৮০ মহিম বৰা ৰাতি ফুলা ফুল
১৯৮২ ৰংবং তেৰাং ৰংমিলিৰ হাঁহি
১৯৮৩ ত্রৈলোক্যনাথ গোস্বামী নন্দন তত্ত্ব প্রাচ্য আৰু পাশ্চাত্য
১৯৮৪ মুনীন বৰকটকী বিস্মৃত ব্যতিক্রম
১৯৮৭ সত্যেন্দ্রনাথ শর্মা ৰামায়ণৰ ইতিবৃত্ত
১৯৮৮ উমাকান্ত শৰ্মা এজাক মানুহ এখন অৰণ্য
১৯৯০ ৰেৱতীমোহন দত্তচৌধুৰী (শীলভদ্ৰ) অনুসন্ধান
২০০০ চন্দ্ৰপ্ৰসাদ শইকীয়া তোৰে মোৰে আলোকৰে যাত্ৰা
২০১২ ড° লক্ষ্মীনন্দন বৰা (জীৱন যোৰা সাধনা বঁটা)
২০১৪ নীলমণি ফুকন (জীৱন যোৰা সাধনা বঁটা)
২০১৫ ড° নবীন চন্দ্ৰ শৰ্মা (জীৱন যোৰা সাধনা বঁটা)
২০১৬ ড° দীনেশ চন্দ গোস্বামী (জীৱন যোৰা সাধনা বঁটা)
২০১৭ অতুলানন্দ গোস্বামী (জীৱন যোৰা সাধনা বঁটা)
২০১৮ ড° নগেন শইকীয়া (জীৱন যোৰা সাধনা বঁটা)
২০২০ ড° থানেশ্বৰ শৰ্মা (জীৱন যোৰা সাধনা বঁটা)
২০২০ ড° ৰমেশ পাঠক (জীৱন যোৰা সাধনা বঁটা)
২০২১ ডাঃ নন্দিতা দেবী বঙল বহু দূৰ (প্ৰকাশন পৰিষদ সাহিত্য বঁটা)
জ্যোতি প্রকাশন (প্রকাশক বঁটা)
২০২২ ড° প্ৰণৱজ্যোতি ডেকা প্ৰণৱজ্যোতি ডেকাৰ শ্রেষ্ঠ গল্প (প্ৰকাশন পৰিষদ সাহিত্য বঁটা)
বান্ধৱ (প্রকাশক বঁটা)
২০২৩ ড° ধ্ৰুৱজ্যোতি বৰা ইনাৰ লেণ্ড স্কেইপছ (প্ৰকাশন পৰিষদ সাহিত্য বঁটা)
আছাম পাব লিছিং কম্পেনী (প্রকাশক বঁটা)