‘গ্ৰন্থবৰ্ষ ২০২৫’ উপলক্ষে
‘যুৱ লেখক সন্মান’

‘যুৱ লেখক সন্মান’ৰ বাছনি তালিকাত অন্তৰ্ভুক্ত হোৱা যুৱ লেখক-লেখিকাসকলক অহা ২৪ ডিচেম্বৰ, ২০২৫ তাৰিখে বিয়লি ৪ বজাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত মাননীয় মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে এই ‘যুৱ লেখক সন্মান’ৰ ধনৰাশি প্ৰদান কৰিব। নিৰ্বাচিত যুৱ লেখক-লেখিকাক ‘অসম গ্ৰন্থমেলা’ প্ৰাংগণত এই নিৰ্দ্ধাৰিত সময়ৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ’ল।

Please click the download link to download the Selected Young Writer List for Yuva Lekhak Sanman 2025

Download