Sale!

Tiwa Samaj Aaru Sahityar Chanekee ( তিৱা সমাজ আৰু সাহিত্যৰ চানেকি )

405.00

Rupkrishna Patar

Add to Wishlist
Add to Wishlist
SKU: PBAE593 Categories: ,

Description

তিৱা সমাজ আৰু সাহিত্য- প্ৰতিভাৰ চানেকি
অসম প্ৰকাশন পৰিষদৰ জনগোষ্ঠীয় লেখকসকলক লৈ প্ৰস্তুত কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হ’ল – ‘তিৱা সমাজ আৰু সাহিত্য-প্ৰতিভাৰ চানেকি’ নামৰ গ্ৰন্থখন ৷ অসমৰ অন্যতম প্ৰাচীন অধিবাসী তিৱা জনগোষ্ঠীৰ যিসকল লেখকে অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰি আহিছে, সেইসকলৰ মাজৰে একাংশৰ ৰচনাৰে সংকলন কৰা হৈছে ’ তিৱা সমাজ আৰু সাহিত্য-প্ৰতিভাৰ চানেকি, নামৰ গ্ৰন্থখন ৷ বিশিষ্ট লেখক, চিত্ৰশিল্পী ৰূপকৃষ্ণ পাটৰে সংকলন আৰু সম্পাদনা কৰা এই সংকলনটোত সম্পাদনা সহযোগী হিচাপে আছে মৈত্ৰেয়ী পাটৰ আৰু ড° ধীৰাজ পাটৰ ৷ প্ৰায় দুকুৰিগৰাকী লেখকৰ প্ৰবন্ধ, গল্প আৰু কবিতাৰে সমৃদ্ধ এই গ্ৰন্থখনৰ মূল্য মাত্ৰ ৪৫০/

Reviews

There are no reviews yet.

Be the first to review “Tiwa Samaj Aaru Sahityar Chanekee ( তিৱা সমাজ আৰু সাহিত্যৰ চানেকি )”

Your email address will not be published. Required fields are marked *